Posts

নতুন শিক্ষা নীতিত নতুন কি আছে আপুনি জানেনে

Image
কি আছে নতুন শিক্ষানীতি ২০২০ ত ? ৰাষ্ট্ৰীয় শিক্ষা নীতি এই বাৰৰ সৈতে মুঠ তিনিবাৰ সলনি কৰা হৈছে 1968, 1986 আৰু 2020 চনত ৷ 2020 চনৰ নতুন শিক্ষা নীতিয়ে বৰ্তমানে চলি থকা ১০+ ২ ৰ পৰিৱৰ্তে শিক্ষা ব্যৱস্থাটো ৫+৩+৩+৪ ত বিভক্ত কৰিব বিচাৰিছে। এই নীতিয়ে শিক্ষা ব্যৱস্থাটো 4 টা ভাগত ভাগ কৰিছে। প্ৰথম 5 বছৰ Foundational Stage, দ্বিতীয় 3 বছৰ Preparatory Stage, তৃতীয় 3 বছৰ Middle Stage আৰু চতুৰ্থ 4 বছৰ Secondary Stage ৷ প্ৰথম 5 বছৰক আকৌ দুটা ভাগত ভাগ কৰিছে ৷ অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ বয়স 3-6 বছৰ লৈ Pre- Primary/ Anganwadi আৰু 6-8 বছৰলৈ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীলৈ ৷ উল্লেখযোগ্য যে এই 5 বছৰত কোনো পৰীক্ষা ব্যৱস্থা নাথাকিব ৷ দ্বিতীয় 3 বছৰ (age group 8 to 11 years) ৩য় শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈকে থাকিব ৷ ইয়াতো কেৱল ৩য় আৰু ৫ম শ্ৰেণীতহে বছেৰেকীয়া পৰীক্ষা হ'ব ৷ ইয়াত medium of instruction কেৱল Mother tongue/ local or regional ভাষাতহে হ'ব ৷ তৃতীয় 3 বছৰ (age group 12 to 14 years) ৬ষ্ঠ ৰ পৰা ৮ম শ্ৰেণীলৈ থাকিব ৷ ইয়াতো কেৱল ৮ম শ্ৰেণীতহে বছেৰেকীয়া পৰীক্ষা হ'ব ৷ ৬ষ্ঠ ৰ পৰা ৮ম শ্ৰেণীলৈ 10 দিন Bag...

কঠালৰ লৈ আমি বহুত ধেমালি কৰিলোঁ কিন্তু এই কথা খিনি কিমানে জানে ভাল লাগিলে Share কৰিব

Image
#কঠাল_গুটিৰ_পুষ্টিগুণ_আৰু_স্বাস্থ্য_জনিত_লাভঃ    ফলৰ গছ হিচাবে কঠালেই পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ গছ। কঠাল স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পুষ্টি সমৃদ্ধ এবিধ ফল বুলি প্ৰায় সকলোৱেই জানে। কিন্তু কঠালৰ গুটিও স্বাস্থ্যৰ বাবে বৰ মূল্যবান খাদ্য। ই শৰীৰ শক্তিশালী কৰাৰ লগতে দৃষ্টি শক্তিও বৃদ্ধি কৰে। কঠালৰ গুটি পুষ্টি গুণেৰে ভৰা এবিধ আহাৰ। #কঠাল_গুটিৰ_খাদ্যমূল্য - প্ৰতি ১০০ গ্ৰাম গুটিত ১৪৫ কেলৰি, ৭ গ্ৰাম প্ৰটিন, ৩৮ গ্ৰাম কাৰ্বহাইড্ৰেট, ১.৫ গ্ৰাম ফাইবাৰ আৰু ১ গ্ৰামতকৈ কম চৰ্বি থাকে। ১. ইয়াত থকা মাইক্ৰনিউট্ৰিয়েন্ট্চ এ ছালৰ স্বাস্থ্য উন্নত কৰে। ইয়াৰ আইৰণ হিম'গ্লবিন আৰু লোহিত ৰক্ত কনিকা বৃদ্ধি কৰি ৰক্তহীণতা বা এনিমীয়া দূৰ কৰে। মহিলা সকলৰ বাবে ই এক অপৰিহাৰ্য আহাৰ। ২. কঠালৰ গুটিয়ে কোষ্ঠকাঠিন্য আৰু ইয়াত থকা ডায়েট্ৰি ফাইবাৰে পাচন সমস্যা সমাধান কৰে। ৩. ইয়াৰ ভিটামিন-এ ই দৃস্টস্বাস্থ্য উন্নত কৰে। ভিটামিন এৰ অভাৱত হোৱা কুকুৰীকনা ৰোগ নিৰাময় কৰাৰ লগতে চকুত ছানি পৰা প্ৰতিৰোধ কৰে। ৪. ইয়াৰ মেঙ্গানীজে তেজ গোট মৰা (ব্লাড ক্লটিং) প্ৰতিৰোধ কৰে। ৫. কঠাল গুটিৰ আইৰণে যৌনস্বাস্থ্য উন্নত কৰে।পৰম্পৰাগত চিকিৎসাত কঠালগুটি পুৰ...